#পূৰ্ণতা প্ৰাপ্তিৰ বাৰ্তা# (AN ACCOMPLISHED WISH …) – Rajashree Mohapatra / Translated into Assamese by Chanakya Chirang

Poem by Rajashree Mohapatra   #পূৰ্ণতা প্ৰাপ্তিৰ বাৰ্তা# নৈঃশব্দ অগণন জনগণ তথাপিও যেন শূন্য সাগৰীয় ভাটাৰ ঢৌৰ দৰে শান্ত শিষ্ট, তেওঁ আৰু কাহানিও গান গাবলৈ নকৰে কষ্ট দৃষ্টি নীলাভ আকাশ স্তব্ধ শত প্ৰেমৰ সংলাপ ! নৃত্যাঙ্গনা আছিল তাই সাৰ পাই উঠিছিল … Continue reading