Poems by Asoke Kumar Mitra / Translation from English to Assamese by Ruma Hazarika

Poems by Asoke Kumar Mitra   এক গোপন সপোন এন্ধাৰবোৰ গলাধকৰন কৰিলে জোনে ভগ্ন স্বপ্নবোৰ ওলমি ৰ’ল নিৰবে খিৰিকিৰ কাঁচৰ মাজেৰে এক মামৰে ধৰা সাচঁত নিশা ধিৰ গতিত তৰা জিলিকে ফেঁচাই সন্তাপৰ শোকগীত জুৰে স্বপ্ন এক ঠুনুকা কাঁচ অপ্ৰকাশিত কাহিনি … Continue reading